'শব্দকোষ'-ৰ জৰিয়তে ইণ্টাৰনেটৰ জগতখনত অসমীয়া ভাষাৰ শব্দসমূহৰ  উচ্চাৰণ,অৰ্থ আৰু প্ৰয়োজন সাপেক্ষে  অৰ্থৰ লগত সংগতি থকা আলোকচিত্ৰ, ছবি আৰু দৃশ্য-শ্ৰব্য মাধ্যম সংযোগ কৰি বিষয় একোট সহজবোধ্য কৰিবলৈ চেষ্টৈ কৰা হৈছে ৷ গোটেই প্ৰকল্পটোৰ বাবে  বহুত সময়ৰ প্ৰয়োজন হ'ব ৷ তিনিবছৰমানৰ অন্ততহে প্ৰকল্পটি সম্পূৰ্ণ হৈ উঠিব বুলি ভবা হৈছে ৷  এইয়া আমাৰ সামান্য প্ৰয়াস ৷ ইয়াৰ জৰিয়তে যদি কোনোবা সামান্য হ'লেও উপকৃত হ'ব পাৰে, তেন্তে আমাৰ শ্ৰম সাৰ্থক হোৱা বুলি ভাবিব পাৰিম ৷

     অসমবাসী ৰাইজৰ বহুমূলীয়া দিহা-পৰামৰ্শ কামনা কৰিছোঁ ৷

—  শব্দকোষ


Comments

Popular posts from this blog

Trial post3

Xyz